Home দেশদিল্লীত গণ আত্মহত্যা, একেটা পৰিয়ালৰ ৭গৰাকী মহিলা ৪গৰাকী পুৰুষৰ মৃতদেহ উদ্ধাৰ

দিল্লীত গণ আত্মহত্যা, একেটা পৰিয়ালৰ ৭গৰাকী মহিলা ৪গৰাকী পুৰুষৰ মৃতদেহ উদ্ধাৰ

by News Desk
94 views
A+A-
Reset

newsnextone.com | ডিজিটেল ডেস্কঃ দেওবাৰে পুৱাই দিল্লীত একেটা পৰিয়ালৰে ১১ জন লোকৰ মৃতদেহ উদ্ধাৰ হয়৷ ৭গৰাকী মহিলা আৰু ৪গৰাকী পুৰুষ সহ মুঠ ১১গৰাকী লোকৰ মৃতদেহ উদ্ধাৰ কৰে আৰক্ষীয়ে৷ আৰক্ষীয়ে জানিবলৈ দিয়া মতে সকলোকেইটা মৃতদেহ চিপ লৈ ওলমি আছিল৷ দিল্লীৰ সন্ত নগৰত ২ নং কলনিত সংঘটিত হৈছে এই ঘটনা৷

উদ্ধাৰ হোৱা মৃতদেহ কেইটা একেটা পৰিয়ালৰ বুলি আৰক্ষীয়ে কয়৷ আটাইকেইজনৰে মুখত কাপোৰ বান্ধি থোৱা অৱস্থাত আছিল৷ পৰিয়ালটোৱে দোকানৰ আচবাব বিক্ৰী কৰা এখন ব্যৱসায় প্ৰতিষ্ঠান আছিল৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0