newsnextone.com | ডিজিটেল ডেস্কঃ আদালত চৌহদত অধিবক্তাই প্ৰহাৰ কৰিলে কিশোৰী ধৰ্ষণ কাণ্ডৰ ১৮ অভিযুক্তক৷ এই ঘটনা সংঘটিত হৈছে চেন্নাইত৷ জানিব পৰা মতে, মঙলবাৰে ১১ বছৰীয়া কিশোৰীক যোৱা ৭ মাহ ধৰি ১৮ গৰাকী লোকে ধৰ্ষণ কৰি অহাৰ ঘটনা পোহৰলৈ আহে৷ ঘটনাৰ ১৮ অভিযুক্তক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে৷ তাৰ পিছতে চেন্নাইৰ আদালতত হাজিৰ কৰিব অনাৰ সময়তে আৰক্ষীৰ সন্মুখতে আদালত চৌহদত অধিবক্তাই বগৰাই বগৰাই প্ৰহাৰ কৰে অভিযুক্তক৷
18 men held for allegedly sexually harassing an 11-year-old girl for over a period of 7 months in Chennai. The accused involve security men, lift operator & water suppliers in the apartment where the minor girl stays. Police investigation underway pic.twitter.com/DcJIUhwDCG