কাৰ্বি পাহাৰত হাতী নিধনৰ ফান্দ পাতিছে বিদ্যুৎ বিভাগে, বন বিভাগ...

Home ৰাজ্যকাৰ্বি পাহাৰত হাতী নিধনৰ ফান্দ পাতিছে বিদ্যুৎ বিভাগে, বন বিভাগ আছে শুই

কাৰ্বি পাহাৰত হাতী নিধনৰ ফান্দ পাতিছে বিদ্যুৎ বিভাগে, বন বিভাগ আছে শুই

by News Desk
50 views
A+A-
Reset

বোকাজানঃ অসম বিধান সভাৰ অধিৱেশন চলি থকাৰ সময়তে কাৰ্বি আংলং জিলাৰ বোকাজানত দুটাকৈ বনৰীয়া হাতীয়ে বিদ্যুৎস্পৃষ্ট হৈ মৃত্যুক আকোৱালি ল’ব লগা হোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে পাহাৰীয়া জিলা খনত৷ বন বিভাগ আৰু বিদ্যুৎ বিভাগৰ গাফিলতিৰ বাবে পুনৰ দুটাকৈ হাতীৰ মৃত্যু হোৱাৰ ঘটনাক সহজেই লোৱা নাই পাহাৰীয়া জিলাৰ লোকসকলে৷ বিধান সভা নিৰ্বাচনৰ পূৰ্বে মানুহ জীৱ-জন্তু সকলোকে নিৰাপত্তা দিয়াৰ প্ৰতিশ্ৰুতি দি বৰ বৰ কথা কৈছিল অগপ, বিজেপি আৰু বিপিএফৰ মিত্ৰজোঁটে৷ জীৱন, সম্পত্তিৰ সুৰক্ষা দিয়াৰ কথা কৈ ভোট ভিক্ষা কৰিছিল তিনিওঁটা দলে৷

বিশেষকৈ গঁড় হত্যা-হাতীৰ মৃত্যু সন্দৰ্ভত কংগ্ৰেছ দলক ব্যাপক সমালোচনা কৰিছিল মিত্ৰ জোঁটে৷ নিৰ্বাচনত গঁড়-হাতী হত্যা নিৰ্বাচনৰ ইচ্ছ্যু কৰি ব্যাপক প্ৰচাৰ চলাইছিল৷ গঁড়-হাতী হত্যা ইচ্ছুৰে তীব্ৰ প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছিল শাসকীয় কংগ্ৰেছৰ সন্মুখত৷ কিন্তু মিত্ৰ জোঁটৰ তিনিটা দলে প্ৰায় ২৫ মাহ পূৰ্বে শাসনৰ গাদী দখল কৰিলে যদিও কংগ্ৰেছ চৰকাৰৰ সময়ৰ দৰে আজিও গঁড় হত্যা হোৱাৰ লগতে হাতীৰ মৃত্যু হৈ আহিছে৷ বন বিভাগ আৰু বিদ্যুৎ বিভাগৰ গাফিলতিৰ বাবে পুনৰ দুটাকৈ হাতীৰ মৃত্যু হয়৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0