Home ৰাজ্যকাশ্মীৰত পুনৰ সেনাক আক্ৰমণ, লস্কৰ-ই-তৈবাৰ দুই সদস্য নিহত, এজনৰ আত্মসমৰ্পণ

কাশ্মীৰত পুনৰ সেনাক আক্ৰমণ, লস্কৰ-ই-তৈবাৰ দুই সদস্য নিহত, এজনৰ আত্মসমৰ্পণ

by News Desk
77 views
A+A-
Reset

newsnextone.com | ডিজিটেল ডেস্কঃ বিজেপি-পিডিপি চৰকাৰৰ পতনৰ পিছতে সন্ত্ৰাসবাদীৰ আক্ৰমণৰ ঘটনা ক্ৰমান্বয়ে বৃদ্ধি হৈছে জম্মু কাশ্মীৰত৷ জম্মু কাশ্মীৰত কুলগামত দেওবাৰে পুনৰ নিৰাপত্তাৰক্ষীক লক্ষ্য কৰি আক্ৰমণ সংঘটিত কৰে সন্ত্ৰাসবাদীয়ে৷ 

জনিব পৰা মতে, কুলগামৰ চদ্দৰ ভান এলেকাত পহৰাৰত নিৰাপত্তাৰক্ষীৰ দলক হঠাৎ আক্ৰমণ সংঘটিত কৰে সন্ত্ৰাসবাদীয়ে৷ তাৰ পিছতে দীৰ্ঘ সময় দুয়োপক্ষৰ মাজত সংঘৰ্ষ লাগে৷ ভাৰতীয় সেনাই প্ৰত্যুত্তৰ দিয়াৰ ফলত নিহত হয় লস্কৰ-ই-তৈবাৰ দুই সদস্য৷ আন এজনে অস্ত্ৰ হাতত লৈ থকা অৱস্থাতে আত্মসমৰ্পণ কৰে৷ ঘটনা সংঘটিত হোৱাৰ পিছতে এলেকাত ইণ্টাৰনেট সেৱা বন্ধ কৰি দিয়া হৈছে৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0