Home ৰাজ্য২০০ বছৰ সম্পূৰ্ণ কৰিলে বেবেজীয়াৰ জুৰীয়া নামঘৰে

২০০ বছৰ সম্পূৰ্ণ কৰিলে বেবেজীয়াৰ জুৰীয়া নামঘৰে

by News Desk
109 views
A+A-
Reset

নগাঁওঃ নামঘৰৰ সৈতে আছে অসমীয়া সমাজ জীৱনৰ এৰাব নোৱাৰা সম্পৰ্ক৷ সমাজ জীৱনৰ এক অপৰিহাৰ্য অংগ হৈ পৰিছে নামঘৰসমূহ৷ অসমীয়াৰ বৰঘৰ সদৃশ একো একোটা নামঘৰ সমন্বয়ৰ প্ৰতীক, সংস্কৃতিৰ ভৰাল স্বৰূপ। মানুহে শান্তিৰ বাবে প্ৰাৰ্থনা কৰাৰ এক পবিত্ৰ স্থান৷ 

উপাসনা কৰাৰ লগে লগে সমাজ খনৰ বিভিন্ন কথাৰ বাবে এতত্ৰিত হোৱা ঠাই হৈছে নামঘৰসমূহ৷ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ বাবে নামঘৰ প্ৰতিষ্ঠা কৰিছিল৷ মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে নৱ-বৈষ্ণৱ ধৰ্ম প্ৰসাৰৰ বাবে নামঘৰ আৰু সত্ৰ প্ৰতিষ্ঠা কৰি থৈ গৈছে৷ শংৰদেৱৰ ধৰ্ম প্ৰচাৰৰ কেন্দ্ৰস্থল স্বৰূপ ৰাজ্যৰ এটি নামঘৰে ২০০ বছৰ অতিক্ৰম কৰিল৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0