Home ৰাজ্য২০১৬ত কোকৰাঝাৰত সন্ত্ৰাসবাদীয়ে হত্যা কৰা ১৪গৰাকী লোকক স্মৰণ, হাগ্ৰামাৰ বিৰুদ্ধে ক্ষোভ

২০১৬ত কোকৰাঝাৰত সন্ত্ৰাসবাদীয়ে হত্যা কৰা ১৪গৰাকী লোকক স্মৰণ, হাগ্ৰামাৰ বিৰুদ্ধে ক্ষোভ

by News Desk
46 views
A+A-
Reset

newsnextone.com | কোকৰাঝাৰঃ কোকৰাঝাৰ জিলাৰ বালাজান তিনালীত দেওবাৰৰ দিনটোতে অৰ্থাৎ ২০১৬ চনৰ ৫ আগষ্টৰ দিনটোতে দুৰ্ষ্কৃতিকাৰীৰ নিৰ্বিচাৰ গুলিচালনাত ১৪ জনকৈ নিৰীহ লোক মৃত্যুমুখত পৰাৰ লগতে আন ১৮ জনকৈ নিৰীহ লোক গুৰুতৰভাৱে আহত হৈছিল। 

উক্ত ঘটনাত গুলিচালনা কৰা দুৰ্ষ্কৃতিকাৰীটোও নিৰাপত্তাৰক্ষীৰ গুলীত নিহত হোৱা বুলি আৰক্ষীয়ে দাবী কৰিছিল। ব্যাপক চাঞ্চল্যকাৰী ঘটনাই দেশজুৰি তুমুল চাঞ্চল্যৰ সৃষ্টি কৰিছিল আৰু ঘটনাস্থলীলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালকে ধৰি বহু ৰাজনৈতিক নেতা, ছাত্ৰ নেতাৰ আগমন ঘটিছিল আৰু ন্যায়ৰ হকে কাম কৰিব বুলি প্ৰতিশ্ৰুতি দিছিল। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0