চামগুৰিঃ বিজ্ঞান-প্ৰযুক্তিবিদ্যাৰ জয়যাত্ৰাৰে স্থানান্তৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হ’ল নগাঁৱৰ পুৰণিগুদামত হিন্দু-মুছলমানৰ ঐক্য-সম্প্ৰতিৰ ৰঙাচূড়া স্বৰূপ বৰ মছজিদৰ মিনাৰটোৰ কাম। বিগত প্ৰায় এমাহৰপৰা মিনাৰটো স্থানান্তৰকৰণৰ কাম হাতত লোৱাৰ পাছতেই প্ৰতিকূল বতৰকো নেওচি ক্ষীপ্ৰগতিত …
© News Next One. All rights Reserved. Contact editor@newsnextone.com for any query. Design & Cloud Hosting by: Rongjeng Technologies.