67
ডিজিটেল ডেস্কঃ বাছ এখন দুৰ্ঘটনাগ্ৰস্ত হৈ ডিজেল টেংকী বিস্ফোৰণ ঘটাৰ ফলত ২২ জনকৈ লোক অগ্নিদগ্ধ হৈ কৰুণ মৃত্যুক সাৱতি ল’বলগা হৈছে।
উত্তৰ প্ৰদেশৰ বৰেলী বাইপাছত ২৪ নং ৰাষ্ট্ৰীয় ঘাইপথত এখন ট্ৰাকৰ সৈতে নিশা ১ বাজি ১০ মিনিটত হোৱা এই দুৰ্ঘটনাত ১৯ জনকৈ লোক আহত হৈছে।