Home ৰাজ্যপুনৰ ভূ-লন্ঠিত মানৱতা, সাংবাদিকৰ তৎপৰতাত বৃদ্ধাশ্ৰমলৈ প্ৰেৰণ

পুনৰ ভূ-লন্ঠিত মানৱতা, সাংবাদিকৰ তৎপৰতাত বৃদ্ধাশ্ৰমলৈ প্ৰেৰণ

by News Desk
A+A-
Reset
7d894cd3-dbd5-4f77-b89b-4798d7c0cb80

www.newsnextone.com| তেজপুৰঃ ৰাজ্যত পুনৰ সংঘটিত হ’ল বৃদ্ধ নিৰ্য্যাতনৰ ঘটনা। পুনৰ ভূ-লন্ঠিত হ’ল মানৱতা। শোনিতপুৰৰ বালিপৰাত সংঘটিত হৈছে এক হৃদয় বিদাৰক ঘটনা। কোনো কুলাংগাৰ পুত্ৰ বোৱাৰীৰ নিৰ্য্যাতনৰ বলি এগৰাকী প্ৰায় ৭৫ বছৰীয়া বৃদ্ধা।

বৃদ্ধা গৰাকীক পেলাই থৈ গৈছিল ৰাস্তাৰ দাঁতিত৷ বিগত কেইমাহমান পূৰ্বে চাৰিদুৱাৰ আৰক্ষীয়ে ৰাস্তাৰ পৰা এই বৃদ্ধা গৰাকীক উদ্ধাৰ কৰি চাৰিদুৱাৰ ৩০ খন বিচনাযুক্ত গ্ৰামীন চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। সেই ভৰ্তি কৰোৱা দিন পৰ্য্যন্ত এই বৃদ্ধা গৰাকীয়ে চিকিৎসালয়খনৰ এটা কোঠাৰ এটা চুকত অতি দূৰ্বিসহ জীৱন অতিবাহিত কৰি আছিল। সৌভাগ্যৱসতঃ এই খবৰ কোনো লোকে আহি বালিপৰাৰ সাংবাদিকক খবৰ দিয়াত উক্ত স্থানত সাংবাদিকৰ এটা দল উপস্থিত হৈ নলবাৰীৰ DY 365 ৰ সংবাদিক মজিবুৰ ৰহমানৰ লগত যোগাযোগ কৰি তেওঁৰ নলবাৰীস্থিত শান্তি নিৱাস বৃদ্ধা আশ্ৰমত গতাই দিয়া হয়। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0