Home ৰাজ্যবিজেপি চৰকাৰ এখোজ হলেও ওপৰত থাকিব, তুলিৰামৰ আধাৰশিলা স্থাপনৰ চমক

বিজেপি চৰকাৰ এখোজ হলেও ওপৰত থাকিব, তুলিৰামৰ আধাৰশিলা স্থাপনৰ চমক

by News Desk
62 views
A+A-
Reset

খেৰণিঃ নৱ বৰ্ষৰ এদিন পূৰ্বে কাৰ্বি আংলং জিলাত দেওঁবাৰে ২৬খনকৈ আঁচনিৰ আধাৰশিলা স্থাপন কৰে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে৷ কাৰ্বি পাহাৰৰ তুমপ্ৰেঙত বন বিভাগৰ অতিথিশালা আৰু উদ্যানৰ চৌহদত ভ্ৰমণকাৰীৰ সুবিধাৰ্থে খাদ্য সম্ভাৰ উপলব্ধ কৰিবলৈ পৰ্যটন বিভাগৰ অধিনত কেফটেৰীয়া নামৰ এখন কেণ্টিনৰ শুভ উদ্বোধন কৰে ৰংহাঙে।

ৰংখাং উন্নয়ন খণ্ডৰ উদ্যোগত ২০১৭-১৮ বিত্তীয় বৰ্ষৰ এমজি এনৰেগা আঁচনিৰ অধিনত পথ, পুখুৰী, বজাৰ গৃহ আদিৰ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰাৰ লগতে বৃহত্তৰ তৰাডুবিত গড়কাপ্তানী পথ-ইংলিছ এল পি স্কুল সংযোগী পেভাৰচ ব্লক পথ নিৰ্মান, বস্ক-বৰঘাট সংযোগী পথ নিৰ্মাণ, বজাৰগৃহ নিৰ্মানৰ আধাৰশিলা স্থাপন কৰে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0