Home ৰাজ্যবিহাৰত নিষিদ্ধ সুৰা, ৰেল যোগে অসমৰ পৰা বিহাৰলৈ সৰবৰাহ নিচাজাতীয় সামগ্ৰী

বিহাৰত নিষিদ্ধ সুৰা, ৰেল যোগে অসমৰ পৰা বিহাৰলৈ সৰবৰাহ নিচাজাতীয় সামগ্ৰী

by News Desk
62 views
A+A-
Reset

ৰঙিয়াঃ অসমৰ পৰা এটা চক্ৰই বিহাৰলৈ নিচাজাতীয় সামগ্ৰী সৰবৰাহ কৰি অহাৰ অভিযোগ উত্থাপন হৈ অহাৰ সময়তে শুকুৰবাৰে ৰেল আৰক্ষীৰ জালত পৰে তিনিজন  নিচাজাতীয় সামগ্ৰী সৰবৰাহকাৰী৷ নিচাজাতীয় সামগ্ৰী সহ বিহাৰৰ মোজাফ্ফৰপুৰ জিলাৰ গোবিন্দ কুমাৰ, যাদৱ লাল যাদৱ আৰু ৰামজনম ৰায় জালত পৰে৷

ৰঙিয়া ৰেল আৰক্ষীয়ে জানিবলৈ দিয়া মতে দিনৰ ১০.৩০ বজাত ৰঙিয়া ৰেলষ্টেচন এক নং প্লেটৰ্ফমত নৰ্থইষ্ট ৰেল যোগে বিহাৰলৈ যাত্ৰা কৰিবৰ বাবে লোককেইজনে ৰৈ আছিল। সেই সময়তে ৰঙিয়া ৰেল আৰক্ষীৰ টিংকু বড়া আৰু অশোক দাসৰ নেতৃত্বত দল এটাই লোক তিনিওজনক আটক কৰে৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0