Home ৰাজ্যবৰক্ষেত্ৰীত ৩২ খন আঁচনিৰ আধাৰশিলা স্থাপন কৰিলে বিধায়ক নাৰায়ণে

বৰক্ষেত্ৰীত ৩২ খন আঁচনিৰ আধাৰশিলা স্থাপন কৰিলে বিধায়ক নাৰায়ণে

by News Desk
65 views
A+A-
Reset

নলবাৰীঃ নলবাৰীৰ বৰক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত বৰভাগ উন্নয়ন খণ্ড এলেকাৰ ৫১ নং গাঁও পঞ্চায়তত ৩২ খনকৈ (এমজিএনৰেগা) আঁচনিৰ আধাৰশিলা স্থাপন কৰি স্থানীয় বিধায়ক  নাৰায়ণ ডেকাই এক প্ৰকাৰ চমকৰ সৃষ্টি কৰে। বৃহৎ সংখ্যক আঁচনিৰ আধাৰশিলা স্থাপন কৰা বিষয়টোৱে চৰ্চা লাভ কৰিছে। মৰোৱাত অনুষ্ঠিত এখন সভাত বিধায়ক নাৰায়ণ ডেকাই ভাষনত কয় যে আমি বৰক্ষেত্ৰী সমষ্টিক সকলো দিশতে আগবঢ়াই নিবলৈ চেষ্টা কৰি আছো।

সকলোৱে সহযোগ কৰক। ৰাজ্যত পৰিবৰ্তনকামী বিজেপি নেতৃত্বাধীন চৰকাৰ অহাৰ পিছত উন্নয়ন হবলৈ ধৰিছে সমষ্টিটোত। বিগত সময়ত কংগ্ৰেছে বৰক্ষেত্ৰী সমষ্টিত বাস্তৱ উন্নয়ণ একো কৰিব পৰা নাছিল। যাৰ ফলত সকলোতে আমি উন্নয়নত হাত দিব লগা হৈছে। গতিকে ধৰ্য ধৰিব লাগিব। একেলগে সকলো কৰা সম্ভৱ নহয়। কংগ্ৰেছ বিগত পোন্ধৰ বছৰে শাসন ছলাইছিল বৰক্ষেত্ৰীত, আমাৰ বেছিদিন হোৱা নাই বুলিও দোহাৰে বিধায়ক ডেকাই৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0