ডিজিটেল ডেস্কঃ যোৱা ৪ বছৰ ধৰি নিৰুদ্দেশ হৈ থকা ৩৯ ভাৰতীয়ৰ মৃতদেহ অৱশেষত উদ্ধাৰ হ’ল৷ ইৰাকৰ মচুলত আইএছআইৰ গণকবৰত উদ্ধাৰ হোৱা মৃতদেহ বাগদাদত ডিএনএ পৰীক্ষা কৰাৰ অন্তত নিৰুদ্দেশ হৈ থকা ৩৯ ভাৰতীয়ৰ বুলি নিশ্চিত হৈছে৷ মৃতদেহ সমূহ ভাৰতীয়ৰে আছিল বুলি মঙলবাৰে বৈদেশিক মন্ত্ৰী সুষমা স্বৰাজে সদৰী কৰাৰ পিছতে বিষয়টোক লৈ গৰম হ’ব ধৰিছে ৰাজনৈতিক পৰিৱেশ৷
#WATCH live from Delhi: EAM Sushma Swaraj addresses the media on the issue of 39 Indians killed in Iraq's Mosul. https://t.co/4S4yK3yAA2