Home ৰাজ্যতিনি হত্যাকাণ্ড, এটা অপহৰণ কাণ্ডত মহানগৰ আৰক্ষীৰ সফলতা, ব্যৱসায়ী হেমন্ত হত্যাকাণ্ড, আটক ৪

তিনি হত্যাকাণ্ড, এটা অপহৰণ কাণ্ডত মহানগৰ আৰক্ষীৰ সফলতা, ব্যৱসায়ী হেমন্ত হত্যাকাণ্ড, আটক ৪

by News Desk
62 views
A+A-
Reset

গুৱাহাটীঃ যোৱা ২১ ফেব্ৰুৱাৰীৰ নিশা প্ৰায় ৯ বজাত গুৱাহাটী মহানগৰীৰ মাজ মজিয়াৰ হাতীগাঁৱৰ কৈলাশনগৰত সংঘটিত ব্যৱসায়ী হেমন্ত চিচোড়িয়াৰ হত্যাকাণ্ডৰ সৈতে জড়িত ৪গৰাকী লোকক শুকুৰবাৰে নিশা মহানগৰ আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়৷ মহানগৰ আৰক্ষীৰ ৩ দিনিনীয়া অভিযান চলোৱাৰ অন্তত গুৱাহাটী মহানগৰ, ছয়গাঁও, অভয়াপুৰীৰ পৰা ৪গৰাকী লোকক আটক কৰিবলৈ সক্ষম হয়৷

হাতীগাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নেতৃত্বত চলা তিনিদিনীয়া অভিযানৰ অন্তত আৰক্ষীৰ জালত পৰে ৪গৰাকী লোক৷ হত্যাকাণ্ডৰ সময়ত ব্যৱহৃত বাইক আৰু মোবাইল ফোনৰ লোকেশ্বনৰ জৰিয়তে আৰক্ষীয়ে অপৰাধীক জালত পেলাই বুলি জানিব পৰা গৈছে৷ নিশা প্ৰায় ৯ বাজি ৫ মিনিটত এখন বাইকত অহা দুই দুৰ্বৃত্তই হাতীগাঁও আৰক্ষী থানাৰ পৰা কিছু নিলগৰ হেমন্ত চিচোড়িয়া নামৰ ব্যৱসায়ীগৰাকীক ব্যৱসায় প্ৰতিষ্ঠান বন্ধ কৰি গৃহ অভিমুখে গৈ থকা সময়তে পিছফালৰ পৰা মূৰত গুলীচালনা কৰে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0