Home ৰাজ্যঅসহায় মন্ত্ৰীয়ে কলে, বন বিভাগৰ কথা নুশুনে ৰেল বিভাগে, প্ৰমিলা-ৰাজেন মূৰ্দাবাদ ধ্বনিৰে উত্তাল লংকা

অসহায় মন্ত্ৰীয়ে কলে, বন বিভাগৰ কথা নুশুনে ৰেল বিভাগে, প্ৰমিলা-ৰাজেন মূৰ্দাবাদ ধ্বনিৰে উত্তাল লংকা

by News Desk
63 views
A+A-
Reset

লংকাঃ ৰাজ্যত এতিয়া জনসাধৰণৰ লগে লগে নিৰাপত্তাহীনতাত বন্য জীৱ-জন্তু৷ একাংশ বনদস্যু বীৰাপ্পানৰ দৰে মানুহে গভীৰ বনঞ্চলসমূহ ধ্বংস কৰাত জীৱ-জন্তুসমূহ খাদ্যৰ সন্ধানত হাহাকাৰ কৰিব লগা হৈ জনা্চলত ওলাই আহিব লগা হৈছে৷ পেটৰ তাড়ণাত জনাঞ্চললৈ ওলাই অহা গঁড়, হাতী, হৰিণা আদি জীৱ-জন্তুসমূহ অৰঙে-দৰঙে ঘূৰি-ফুৰি আঁকোৱালি ল’ব লগা হৈছে মৃত্যুক৷ কেতিয়াবা দি মানুহৰ হাতত প্ৰাণ দিব লগা হৈছে আকৌ কেতিয়াবা ৰেলৰ খুন্দাত প্ৰাণ দিব লগা হয় অবুজ প্ৰাণীবোৰে৷

একাংশ মানুহেই যেন হৈ পৰিছে মৃত্যুদূত৷ এচাম নিঃকৰুণ মানুহে চোৰাংভাৱে গঁড় হত্যা কৰি আহিছে অৰ্থৰ লোভত৷ এনে বহু ঘটনাৰ মাজতেই শনিবাৰে নিশা হোজাই জিলাৰ লংকাত বন বিভাগ আৰু ৰেল বিভাগৰ সমন্বয়হীনতাৰ ফলতেই দুৰ্ঘটনাত পতিত হৈ পুনৰ প্ৰাণ হেৰুৱালে চাৰিটাকৈ বনৰীয়া হাতীয়ে। নিশা প্ৰায় ৯-৩০ বজাত হোজাই জিলাৰ লংকাৰ হাৱাইপুৰ আৰু লুমচাখাং ৰেল ষ্টেচনৰ মাজত সংঘটিত হয় এই শোকাবহ দুৰ্ঘটনাটো।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0