67
newsnextone.com | অৰুণাচলঃ অৰুণাচল প্ৰদেশত ভয়াবহ পথ দুৰ্ঘটনাত পতিত হয় এখন আইটিবিপি জোৱানৰ বাছ৷ পাহাৰৰ পৰা খহি অহা প্ৰকাণ্ড শিল বাছৰ ওপৰত পৰাত ৪গৰাকী আইটিবিপি জোৱানে প্ৰাণ হেৰুৱায়৷
Arunachal Pradesh: 4 ITBP personnel lost their lives after the bus they were traveling in was hit by a boulder near Likabali earlier today. The bus was carrying 20 personnel when it was stuck by a boulder. pic.twitter.com/OVTcV3fNmu