Home ৰাজ্যছচিয়েল মিডিয়াত উত্তজনামূলক আপডেট, জালত পৰিল শুভজিৎ, মানব, মৃদুপৱন, প্ৰদীপ, সীমান্ত

ছচিয়েল মিডিয়াত উত্তজনামূলক আপডেট, জালত পৰিল শুভজিৎ, মানব, মৃদুপৱন, প্ৰদীপ, সীমান্ত

by News Desk
53 views
A+A-
Reset

newsnextone.com | মঙলদৈঃ কাৰ্বি আংলঙৰ ডকমকাত ছচিয়েল মিডিয়াত উৰা বাতৰি প্ৰচাৰ হোৱাৰ পিছত প্ৰতিয়ন গৈ এচাম দুষ্কৃতিকাৰীয়ে গুৱাহাটীৰ উদীয়মান দুই যুৱক নিলোৎপল দাস আৰু অভিজিৎ নাথক সোপধৰা বুলি সন্দেহ কৰি অতি নৃশংসভাৱে হত্যা কৰাৰ ঘটনা সংঘটিত হোৱাৰ পিছতে অসম আৰক্ষীয়ে ছচিয়েল মিডিয়াত তীক্ষ্ন নজৰ দিছে৷ 

ইতিমধ্যে অসম আৰক্ষীয়ে ছচিয়েল মিডিয়াত উত্তেজনা বিয়পাব খোজা লোকৰ খবৰ দিবলৈ ৰাইজৰ বাবে বিশেষ ফোন নম্বৰ প্ৰকাশ কৰে৷ ০৩৬১-২৫২১২৪২, ৯৪৩৫২১৫০২৯, ০৩৬১-২৩৮১১১, ০৩৬১-২৩৮০৬২০ আৰু হোৱাটছএপ ৮৭৪৯৮-৬০৮০৩ নম্বৰ ৰাজহুৱা কৰে৷ ইয়াৰ লগে লগে দেওবাৰে দিনটোত ছচিয়েল মিডিয়াত উত্তেজনামূলক আপডেট দিয়া ৫গৰাকী লোকক আটক কৰে আৰক্ষীয়ে৷ চছিয়েল মিডিয়াত উত্তেজিত পোষ্ট দিয়া দুজন যুৱকক আটক কৰে দৰং জিলা আৰক্ষীয়ে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0