Home দেশদিল্লীৰ পিছত ঝৰখাণ্ডত গণ আত্মহত্যা, একেটা পৰিয়ালৰ ৬ জনৰ মৃতদেহ উদ্ধাৰ

দিল্লীৰ পিছত ঝৰখাণ্ডত গণ আত্মহত্যা, একেটা পৰিয়ালৰ ৬ জনৰ মৃতদেহ উদ্ধাৰ

by News Desk
56 views
A+A-
Reset

newsnextone.com | ডিজিটেল ডেস্কঃ  দিল্লীৰ বুৰাৰীত একেটা পৰিয়ালৰ ১১গৰাকী লোকে আত্মহত্যা কৰাৰ ঘটনাৰ চাঞ্চল্য মাৰনৌযাওঁতেই এইবাৰ ঝৰখাণ্ডৰ হাজিৰাবাগত একেটা পৰিয়ালৰ ৬ গৰাকী লোকে আত্মহত্যা কৰে৷ ঝৰখাণ্ডৰ হাজিৰাবাগ জিলাত শনিবাৰে নিশা একেটা পৰিয়ালৰ ৬গৰাকী লোকে গণ আত্মহত্যা কৰে৷ পৰিয়ালটোৰ ৫গৰাকী লোকে চিপ লৈ আৰু এগৰাকী লোকে বিল্ডিংৰ পৰা জপিয়াই আত্মহত্যা কৰে৷

হাজিৰাবাগৰ মহাবীৰ চ’কত খাদ্য সামগ্ৰী বিক্ৰী কৰা এখন দোকান আছে পৰিয়ালটোৰ৷ মহাবীৰ মহাশ্বেৰী পৰিয়ালটোৰ মুৰব্বী৷ মহাবীৰ মহেশ্বৰীৰ লগতে পত্নী কিৰণ মহেশ্বৰী, পুত্ৰ নৰেশ অাগৰৱাল, বোৱাৰী প্ৰীতি আগৰৱাল, ১১ বছৰীয়া নাতি ইমন, ৬ বছৰীয়া নাতিনী য়ানবীয়ে আত্মহত্যা কৰে৷  

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0