Home ৰাজ্যষষ্ঠ বৰ্ষত ভৰি দিলে আইদেউ টকীজ অসমে ‘ক্ৰান্তিকালৰ ৰূপালী সন্ধ্যা’ শীৰ্ষক বৰ্ণাধ্য কাৰ্য্যসূচীৰ আয়োজন

ষষ্ঠ বৰ্ষত ভৰি দিলে আইদেউ টকীজ অসমে ‘ক্ৰান্তিকালৰ ৰূপালী সন্ধ্যা’ শীৰ্ষক বৰ্ণাধ্য কাৰ্য্যসূচীৰ আয়োজন

by News Desk
60 views
A+A-
Reset

newsnextone.com | আজাৰাঃভ্ৰাম্যমাণ ছবিগৃহৰ জৰিয়তে অসমৰ চলচ্চিত্ৰ শিল্পক গণমূখী কৰাৰ বাবে অবিৰতভাবে সেৱা আগবঢ়াই অহা আইদেউ টকীজ অসমে চলিত বৰ্ষৰ ২০আগষ্টত ভৰি দিলে ষষ্ঠ বৰ্ষত।প্ৰতিষ্ঠানটোৰ ষষ্ঠ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি মিৰ্জাৰ শিকাৰহাটী খেলপথাৰত ‘ক্ৰান্তিকালৰ ৰূপালী সন্ধ্যা’ শীৰ্ষক এটি বৰ্ণাধ্য কাৰ্য্যসূচীৰ আয়োজন কৰা হয়।অনুষ্ঠানত বিয়াল্লিচৰ আন্দোলনৰ প্ৰথমগৰাকী ছহিদ কনকলতাৰ জীৱনৰ ওপৰত আধাৰিত চন্দ্ৰ মুদৈৰ দ্বাৰা পৰিচালিত পূৰ্ণদৈৰ্ঘ্যৰ ছবি -‘পূৰৱ কী আৱাজ’ৰ মুকলি প্ৰদৰ্শনীও আগবঢ়োৱা হয়।সম্পূৰ্ণ মুকলি পৰিৱেশত সহস্ৰাধিক দৰ্শকৰ উপস্থিতিত আয়োজিত অনুষ্ঠানৰ আৰম্ভণিতে অসমৰ বোলছবি জগতৰ প্ৰাতঃস্মৰণীয় ব্যক্তি জ্যোতিপ্ৰসাদ আগৰৱালা আৰু আইদেউ সন্দিকৈৰ প্ৰতিচ্ছৱিত পুস্পাঞ্জলি আৰু বন্তি প্ৰজ্বলনৰে শুভাৰম্ভণি কৰে অঞ্চলটোৰ প্ৰৱীণ অভিনেতা আদিত দাসে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0