Home ৰাজ্যষষ্ঠ স্থানৰ কৃতিত্ব; সপোন অনন্য

ষষ্ঠ স্থানৰ কৃতিত্ব; সপোন অনন্য

by News Desk
63 views
A+A-
Reset

বৰপেটাঃ ৰাজ্যৰ লক্ষ লক্ষ শিক্ষাৰ্থীৰ বহুল প্ৰত্যাশিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বুধবাৰে ফলাফল ঘোষণা হয়৷ আশা-প্ৰত্যাশাৰ মাজত সফলতাৰ হাঁহি বিৰিঙিল বহু শিক্ষাৰ্থীৰ মুখত৷ বৰপেটা চহৰৰ দুগৰাকী শিক্ষাৰ্থীয়েও ষষ্ঠ স্থান দখলেৰে গৌৰৱ কঢ়িয়াই আনিলে অঞ্চলটোলৈ৷ 

বৰপেটাৰ চেণ্ট মেৰিজ স্কুলৰ ছাত্ৰীদ্বয় ৰাজশ্ৰী পাঠক আৰু অভিপ্সা দাসে আটাইকেইটা বিষয়তে লেটাৰ মাৰ্ক সহ সৰ্বমুঠ ৫৮৮ নম্বৰেৰে ষষ্ঠ স্থান দখলৰ কৃতিত্ব লাভ কৰে৷ শিক্ষাৰ্থী দুগৰাকীৰ এই সাফল্যত স্বাভাৱিকতে উৎফুল্লিত হৈ পৰিছে শিক্ষক-শিক্ষয়িত্ৰী, স্কুল কৰ্তৃপক্ষ, অভিভাৱকৰ লগতে অঞ্চলবাসী৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0