77
ডিজিটেল ডেস্কঃ জম্মু কাশ্মীৰৰ অনন্তনাগ আৰু চপিয়ান জিলাত কেইবাটাও অভিযান আৰু সন্ত্ৰাসবাদীৰ সৈতে সেনাৰ সংঘৰ্ষত ৮টাকৈ সন্ত্ৰাবাদীৰ মৃত্যু হয়৷ চপিয়ান জিলাত দ্ৰাগাদত ৭গৰাকী সন্ত্ৰাসবাদীৰ মৃত্যু হৈছে৷
সেনাৰ অভিযানত ৮টাকৈ মুঠ সন্ত্ৰাসবাদী নিহত হয়৷ শনিবাৰে নিশাৰে পৰা আৰম্ভ হোৱা অভিযানত এতিয়ালৈ ৬ গৰাকী সেনা জোৱান আহত হোৱাৰ লগতে ৮ সন্ত্ৰাসবাদী নিহত হৈছে৷ গোপন খবৰৰ ভিত্তিত অনন্তনাগৰ পেঠ দিয়ালগাম এলেকাত প্ৰথমে তালাচি চলাই সেনাই৷