Home দেশ৯ বছৰীয়া ছাত্ৰীক স্কুল বাছৰ ভিতৰত যৌন নিৰ্যাতন

৯ বছৰীয়া ছাত্ৰীক স্কুল বাছৰ ভিতৰত যৌন নিৰ্যাতন

by News Desk
65 views
A+A-
Reset

ডিজিটেল ডেস্কঃ ৯ বছৰীয়া ছাত্ৰীৰ শ্লীলতাহানিৰ ঘটনাই উত্তাল কৰি ৰাখিছে উত্তৰ প্ৰদেশৰ বেৰেলী চহৰ৷ স্কুল বাছৰ কৰ্মচাৰীয়ে ৯ বছৰীয়া কিশোৰী ছাত্ৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হোৱাৰ পাছৰে পৰা উত্তেজনাই বিৰাজ কৰিছে চহৰ খনত৷ বেৰেলী চহৰ খনৰ বিলাশপুৰৰ পথৰ দাতিত থকা ৰাধামাধৱ পাব্লিক স্কুলৰ তৃতীয় শ্ৰেনীৰ ছাত্ৰী এগৰাকীক বিদ্যালয় খনৰ স্কুল বাছৰ কৰ্মচাৰী অজয় মিশ্ৰই যৌন নিৰ্যাতন চলাই৷

প্ৰতিদিনে কন্যাগৰাকীক যৌন নিৰ্যাতন চলোৱা ঘটনা সন্দৰ্ভত প্ৰথমে বিদ্যালয়ৰ শিক্ষয়িত্ৰী এগৰাকীক অৱগত কৰে ছাত্ৰীগৰাকীয়ে৷ যোৱা দেওবাৰে এই কথা শিক্ষয়িত্ৰীগৰাকীক জনোৱাৰ পিছত গুৰুত্ব আৰোপ নকৰাত ছাত্ৰীগৰাকীয়ে অৱশেষত এই কথা পিতৃক অৱগত কৰে৷ পিতৃয়ে সোমবাৰে স্কুলত উপস্থিত হৈ স্কুল বাছৰ কৰ্মচাৰী অজয় নিশ্ৰক বেয়াকৈ মাৰধৰ কৰে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0