59
বাহাকাবাৰীঃ সততে কনিষ্ঠ অভিযন্তা আৰু পঞ্চায়তৰ সভাপতিয়ে লগ লাগি লুটি-পুতি খোৱাৰহে খবৰ পোৱা যায়৷ কিন্তু এইবাৰ বিপৰীত৷ এইবাৰ সংঘাতত লিপ্ত হৈছে এগৰাকী কনিষ্ঠ অভিযন্তা আৰু পঞ্চায়ত সভাপতি৷ সংঘাতৰ পৰিণতিত উপায়ুক্ত পৰ্যন্ত অভিযোগ-প্ৰতিভিযোগৰ নাটকো চলিছে৷
উন্নয়নৰ প্ৰতিশ্ৰুতি দি ভোট লোৱা পঞ্চায়তৰ সভাপতি আৰু চৰকাৰৰ দৰমহা লৈ ৰাইজৰ কাম কৰাৰ বিপৰীতে সংঘাতত লিপ্ত হোৱা কনিষ্ঠ অভিযন্তাৰ বিৰুদ্ধে ৰাইজ ক্ষোভিত হৈ পৰিছে৷