Home ৰাজ্যমদাৰখাতত স্থাপন হ’ব সুধাকন্ঠৰ আৱক্ষ প্ৰতিমূৰ্ত্তি

মদাৰখাতত স্থাপন হ’ব সুধাকন্ঠৰ আৱক্ষ প্ৰতিমূৰ্ত্তি

by News Desk
67 views
A+A-
Reset

ডিব্ৰুগড়ঃ সুধাকন্ঠ ড০ ভূপেন হাজৰিকাৰ আৱক্ষ প্ৰতিমূৰ্ত্তি স্থাপন হ’ব মদাৰখাতত৷ আজি এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰি আৱক্ষ প্ৰতিমূৰ্ত্তি স্থাপনৰ স্থান-কাল সন্দৰ্ভত আলোচনা কৰা হয়৷

স্থানীয় গৰিয়সী জাতীয় বিদ্যালয়ত ভাৰতীয় গণনাট্য সংঘৰ মদাৰখাত শাখাৰ উদ্যোগত এখন সভা অনুষ্ঠিত হয়৷ মদাৰখাত এচ আৰ চি উচ্চতৰ মাধ্যমিক বিদ্যালয় অৱসৰপ্ৰাপ্ত অধ্যক্ষ কেশৱ দত্তৰ সভাপতিত্বত অনুষ্ঠিত সভাত স্থানীয় ৰাইজে ঘোৰামৰা বজাৰৰ মাজমজিয়াত স্থাপন কৰাৰ সিদ্ধান্ত লয়৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0