79
বিহগুৰিঃ ৰাজ্য চৰকাৰৰ বিষয়া কৰ্মচাৰীৰ কামৰ নমুনা প্ৰত্যক্ষ কৰি অসন্তুষ্ট হৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে জনতা ভৱনত সভা অনুষ্ঠিত কৰি বিষয়া কৰ্মচাৰীক লেহেম গতিৰে কাম হোৱা বুলি আক্ষেপ প্ৰকাশ কৰিছিল।
জাতি-মাটিৰ কথা কৈ শাসনৰ ভাৰ দখল কৰা চৰকাৰৰ মূৰব্বীগৰাকীয়ে বিষয়াসকলক নিজৰ অভিজ্ঞতাক কামত খটুৱাবলৈকো পৰামৰ্শ আগবঢ়াইছিল।