62
ডিব্ৰুগড়ঃ ডিব্ৰুগড়ত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে আজি ২৪ ঘন্টীয়া অনশন কাৰ্যসূচী ৰূপায়ণ কৰে৷ বানপীড়িতক সাহায্য প্ৰদান, পুনঃ সংস্থাপন, বানপানীক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ দাবীত সংগঠনটোৱে এই কাৰ্যসূচী হাতত লয়।
সংগঠনটোৰ ডিব্ৰুগড় জিলা সমিতিয়ে সমগ্ৰ অসমৰ লগতে ডিব্ৰুগড় জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ সমীপত ২৪ ঘন্টীয়া অনশন কাৰ্যসূচী ৰূপায়ণ কৰে।