52
ডিজিটেল ডেস্কঃ মৰণফান্দলৈ পৰ্যৱসিত হৈছে দেশৰ বিভিন্ন প্ৰান্তৰ ১০০ খন দলং। চলন্ত বাহন ভৰ সহিব নোৱাৰা হৈছে তাহানিতে নিৰ্মিত দলঙে।
যাৰ বাবে ঘনীভূত হৈছে ভয়াৱহ দুৰ্ঘটনাৰ আশংকা। স্থলপথ যাতায়াত উন্নীতকৰণৰ বাবে ব্যাপক আঁচনিৰ মাজতে প্ৰকাশ পাইছে এই সংবাদ।