Home ৰাজ্যৰাহুল গান্ধীৰ নাটকত ক্ষুব্ধ লখিমপুৰৰ বানাক্ৰান্ত

ৰাহুল গান্ধীৰ নাটকত ক্ষুব্ধ লখিমপুৰৰ বানাক্ৰান্ত

by News Desk
54 views
A+A-
Reset

লালুক/শিলচৰঃ কংগ্ৰেছ দল এতিয়া শাসনত নাই৷ মোদী ছুনামিত ধৰাশয়ী হৈ কংগ্ৰেছে এতিয়া শাসনৰ পৰা বহু দূৰৈত৷ কংগ্ৰেছে পুনৰাই পুৰ্বৰ স্থিতি ঘূৰাই অনাৰ বাবে কাম কৰি আহিছে৷ দলটোৱে ছোনিয়া তনয় তথা যুৱৰাজ ৰাহুল গান্ধীক সেনাপতি পাতি সমৰত নামিছে যদিও ৰাহুল গান্ধী ঢাল-তৰোৱালহীন সেনাপতি ৰূপে ৰাজনৈতিক যুদ্ধত নমা দেখা যায়৷

দেশৰ কেইবাটাও সমস্যাক তথা কেন্দ্ৰীয় চৰকাৰৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে সবল স্থিতি লৈ ৰাইজৰ ওচৰ চপাত বিফল হৈ আহিছে নেতাজন৷ বিমুদ্ৰাকৰণ, জি এছ টি, হাইৱে নিৰ্মাণৰ বাবে কৃষকৰ মাটি অধিগ্ৰহণ, গো ৰক্ষা নামত আইন হাতত তুলি লৈ মানুহক হত্যা, কৃষকৰ সমস্যা আদি বিষয়ত ৰাহুল গান্ধীয়ে ৰাইজৰ ওচৰ চাপিব নোৱাৰিলে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0