74
মৰিয়নীঃ যোৰহাটৰ মৰিয়নী নকছাৰীৰ নাগিনীজানত পুৱতি নিশা সংঘটিত হয় এক অগ্নিকাণ্ডৰ ঘটনা। এই অগ্নিকাণ্ডত মনোজ বৰ্মা আৰু মুন্না কালুৱাৰ নামৰ লোক দুজনৰ গেলামালৰ দোকান দুখন সম্পূৰ্ণ ৰূপে জুইত জাহ যায়।
শ্বৰ্ট চাৰ্কিটৰ পৰা জুইৰ সূত্ৰ পাত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। ৰাইজৰ তৎপৰতাত কেইবাটাও বাসগৃহ জুইত জাহ যোৱাৰ পৰা ৰক্ষা পৰে।