Home ৰাজ্যলাফিকুল হত্যাকাণ্ডত জড়িত হিমন্ত বিশ্ব, অখিলৰ সন্দেহ

লাফিকুল হত্যাকাণ্ডত জড়িত হিমন্ত বিশ্ব, অখিলৰ সন্দেহ

by News Desk
59 views
A+A-
Reset

অভয়াপুৰীঃ বিজেপি, কংগ্ৰেছ, এ আই ইউ ডি এফ এইবোৰ সাম্প্ৰদায়িক, দুৰ্নীতিগ্ৰস্ত আৰু জনবিৰোধী দল, এইটো সময়ত বিকল্প গঢ়াটো আমাৰ নৈতিক দ্বায়িত্ব, যদি অসমবাসীয়ে সেই বিকল্প গঢ়িবলৈ মোক সুযোগ দিয়ে তেন্তে মই প্ৰস্তুত। বঙাইগাঁও জিলাৰ যোগীঘোপাৰ বালাপাৰাত আজি অনুষ্ঠিত এক বিশাল গমসমাৱেশত এই বক্তব্য প্ৰদান কৰে কৃষক নেতা অখিল গগৈয়ে।

তেওঁ আৰু কয় যে, নৰেন্দ্ৰ মোদী হৈছে বিদেশী পুঁজিপতিৰ দালাল। মোদীয়ে দেশখন পুঁজিপতিৰ হাতত বিক্ৰী কৰিবলৈ ওলাইছে বুলিও তেওঁ অভিযোগ কৰে। মোদী চৰকাৰখনে দেশৰ সকলো সম্পদ আৰু সকলো বিভাগক ব্যক্তিগতকৰণ প্ৰক্ৰিয়াৰ জৰিয়তে পুঁজিপতি সকলৰ হাতত গতাই দি আছে বুলি উল্লেখ কৰি সাধাৰণ জনতাক এই মূল সমস্যাসমূহৰ পৰা আঁতৰাই ৰাখিবৰ বাবে বিজেপি-আৰ এছ এছে পৰিকল্পিত সাম্প্ৰদায়িক বিভেদ আৰু সংঘৰ্ষ লগাবলৈ চেষ্টা কৰি আছে বুলিও মন্তব্য কৰে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0