75
ধুবুৰীঃ ফটা নোটবোৰ কি কৰে আপুনি? পেলাই দিয়ে নতুবা বেংকত জমা দিয়ে৷ কিন্তু হানিফ আলীয়ে আপোনাৰ ফটা নোটেৰে ব্যৱসায় কৰে৷
ডিঙিত ফটা নোট ওলোমাই কবিৰাজৰ দৰে বজাৰে বজাৰে ঘূৰি ফুৰে হানিফে৷ আছেনে ফটা-ছিটা নোট বুলি চিঞৰি হানিফে ফটা নোটবোৰ সংগ্ৰহ কৰে৷