Home ৰাজ্যহাতীৰ আক্ৰমণত লালুকত আৰক্ষীৰ মৃত্যু, নগাঁৱত আহত বন কৰ্মী

হাতীৰ আক্ৰমণত লালুকত আৰক্ষীৰ মৃত্যু, নগাঁৱত আহত বন কৰ্মী

by News Desk
71 views
A+A-
Reset

বঢ়মপুৰ/লালুকঃ ৰাজ্যত হাতী-মানুহৰ সংঘাত আজিও অব্যাহত আছে৷ খাদ্যৰ সন্ধানত জনাঞ্চললৈ নামি অহা হাতীৰ জাকে নিতৌ ধন-জনৰ ক্ষতি কৰি আহিছে৷ নগাঁও জিলাৰ কঠিয়াতলি আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ অধীনৰ বামুণী কাৰ্বি গাৱঁত বন্যহস্তী খেদিবলৈ গৈ এজন বন বিষয়া গুৰুতৰভাৱে আহত হয়৷

আহত বন বিষয়াগৰাকীৰ নাম দুলাল হাজৰিকা। বিষয়াগৰাকীয়ে বামুণী কাৰ্বি গাৱঁত বন্যহস্তীৰ উপদ্ৰবৰ খবৰ লাভ কৰি উক্ত স্থানত উপস্থিত হোৱাৰ পাছতেই বন্যহস্তীৰ আক্ৰমণৰ সন্মুখীন হয়৷ আক্ৰমণত বন বিষয়াগৰাকী গুৰুতৰভাৱে আহত হোৱাৰ পাছত স্থানীয় ৰাইজৰ সহযোগত  ১০৮ এম্বুলেন্সেৰে বন বিভাগৰ লোকে ততাতৈয়াকৈ নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায়৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0