60
শিমলুগুৰিঃ আৰক্ষীয়েও ভাল কাম কৰে৷ হয়তো ভাল কামবোৰ প্ৰচাৰ নহয়৷ শিৱসাগৰৰ শিমলুগুৰিত ৰাইজে গুণ গালে আৰক্ষীৰ৷ এগৰাকী অসহায় ৰাজপথত পৰি থকা বৃদ্ধাক চিকিৎসা কৰি বাঃ বাঃ লাভ কৰে আৰক্ষীয়ে৷
প্ৰাপ্ত বাতৰি মতে, শিমলুগুৰি নগৰৰ বালিঘাট তিনিআলিৰ সমীপত এগৰাকী বৃদ্ধা অচেতন অৱস্থাত পৰি থকাৰ খবৰ লাভ কৰে শিমলুগুৰি আৰক্ষীয়ে।