61
ধিংঃ জিলেলে জিলেলে অ’ অ’ জিলেলে/যাব গৈ লাগিব মই অৰুণাচললৈ৷ জনপ্ৰিয় গায়কগৰাকীয়ে গানটোত কোৱাৰ দৰে চাইকেল চলাই হয়তো আপুনি অৰুণাচললৈ যাব পাৰিব৷
নিশ্চয় অৰুণাচললৈ বহু দূৰ যদিও চাইকেলেৰে যেনে তেনে যাব পাৰিব৷ হয়তো আপোনাৰ সময় অলপ বেছি লাগিব৷ কিন্তু আপুনি নগাঁৱৰ সেই পথটোৰে চাইকেল চলাই যাম বুলি নাভাবিব৷