68
বালিপৰাঃ কিমান কঠোৰ হ’ব পাৰে হৃদয়৷ নিজৰ গৰ্ভত থিতাপি লৈ পৃথিৱীৰ পোহৰ দেখা মাত্ৰকে কেচুৱাক হত্যা কৰাৰ বাবে উঠি পৰি লাগিল কোনো মাতৃ৷
শোণিতপুৰ জিলাৰ ৰঙাপৰাৰ শিঙৰিজান চাহ বাগিছাৰ জৰাজীৰ্ণ নলাত এটি পানী কেচুৱাক দলিয়াই কোনো লোকে৷ সৌভাগ্যক্ৰমে দলিয়াই দিয়া পানী কেচুৱাটো জাবৰৰ মাজত পৰিও জীয়াই থাকে৷