Home ৰাজ্যআহোম ৰাজত্বৰ কীৰ্তিচিহ্ন, ক’ত আছে আহোম দৰদী দল-সংগঠন

আহোম ৰাজত্বৰ কীৰ্তিচিহ্ন, ক’ত আছে আহোম দৰদী দল-সংগঠন

by News Desk
172 views
A+A-
Reset

মৰাণঃ এঠাইত যদি আমাৰ পূৰ্বপুৰুষৰ স্মৃতি পানীত ডুব গৈ থাকে আন এঠাইত আকৌ খহি পৰে দেৱাল। যেন চকুৰ সন্মুখতে ধ্বংসৰ দিশে আমাৰ পুৰ্বপুৰুষৰ স্মৃতি৷ অসমীয়া জাতিৰ বাবে ইয়াতকৈ বিড়ম্বনা কি হব পাৰে? ৰাজ্যৰ ঐতিহাসিক সমলেৰে পুষ্ট চহৰ বুলি কলে শিৱসাগৰ-ডিব্ৰুগড় আদি জিলাৰ নামেই মনলৈ আহে৷ ডিব্ৰুগড়-শিৱসাগৰ জিলাত আহোম স্বৰ্গদেউসকলে নানা ঐতিহাসিক সমল এৰি থৈ গৈছে৷

আহোম ৰজাৰ দিনৰ বৰ বৰ পুখুৰী, পেটুধুৱা পুখুৰী, পৱিত্ৰ ধৰ্মীয় অনুষ্ঠান, দৌল-দেৱালয়, যুদ্ধৰ সময়ৰ বহু সমল জিলাসমূহত আজিও ভৰপূৰ। শিৱদৌল, বিষ্ণু দৌল, দেৱী দৌল, দেউঘৰৰে ভৰপূৰ আহোম ৰাজ্যৰ একালৰ ৰাজধানীখনত আছে অসমীয়াৰ অভিমান স্বৰূপ ৰংঘৰ, কাৰেংঘৰ, তলাতল ঘৰ। এই ঐতিহাসিক সমলবোৰ কেন্দ্ৰ তথা ৰাজ্য চৰকাৰে সংৰক্ষণত গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন হৈ থকাৰ মাজতে ডিব্ৰুগড় জিলাৰ আঘোনীবাই পখুৰী, গড়খাৱৈ মৈদাম অস্তিত্বৰ সংকটত পৰিছে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0