Home ৰাজ্যচৰাইদেউৰ সোণাৰিত বানৰ তাণ্ডৱ

চৰাইদেউৰ সোণাৰিত বানৰ তাণ্ডৱ

by News Desk
64 views
A+A-
Reset

চৰাইদেউঃ চুবুৰীয়া ৰাজ্য নাগালেণ্ডত হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত চৰাইদেউ জিলাৰ সোণাৰি নগৰৰ পাশ্বৱৰ্তী অঞ্চলসমূহত বুৰ যোৱাত ব্যাপক সমস্যাত পৰিছে ৰাইজ। নাগালেণ্ডত হোৱা প্ৰৱল বৃষ্টিপাতৰ বৃদ্ধিৰ বাবে ওফন্দি উঠা টাউকাক নৈৰ পানীয়ে বুৰাই পেলাইছে সদৰ সোণাৰি নগৰৰ লগতে বহু অঞ্চল।

একপ্ৰকাৰ বিপৰ্যস্ত হৈ পৰিছে জনজীৱন৷ বানাক্ৰান্তসকলৰ বৰ্তমান খোৱা-বোৱা আৰু থকাৰ দুৰৱস্থা হৈ পৰিছে অঞ্চলজুৰি। তাৰোপৰি সদৰ সোণাৰি নগৰৰ মূল পথ ধোদৰ আলিৰ ওপৰেদি পানী একাঠুতকৈ বেছি হোৱাৰ ফলত প্ৰায়ভাগ দোকান-পোহাৰত পানী সোমোৱাৰ ফলত ব্যৱসায়ীক সকলৰ বহু ক্ষতিসাধন হয়, সেয়েহে প্ৰায়ভাগ দোকান-পোহাৰ বন্ধ হোৱা দেখা যায়।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0