67
লাহোৱালঃ একাংশ লোকে আৰু যুৱ প্ৰজন্মই ছ’চিয়েল মিডিয়াক অসৎ কামৰ বাবে ব্যৱহাৰ কৰে যদিও আন একাংশ লোকে ছ’চিয়েল মিডিয়া যোগে সাহিত্য চৰ্চা আৰম্ভ কৰিছে৷
এই অনুযায়ী টেঙাখাট গান্ধী ভৱনত হোৱাটছএপ গ্ৰুপ ‘কবিতা কানন’ৰ উদ্যোগত গীত কবিতাৰ এক অন্তৰংগ আলাপ দেওবাৰে অনুষ্ঠিত হৈ যায৷