82
মৰিয়নীঃ গণ অধিকাৰ সংগ্ৰাম সমিতিয়ে আজি অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ মৰিয়নীৰ নাগাজাংকাস্থিত কাৰ্যালয় ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰে৷
মৰিয়নী সমষ্টিৰ দিচৈ চাহ বাগিছাত যোৱা ১৫ বছৰে ১১১গৰাকী উপভোক্তাক ক্লাষ্টাৰ মিটাৰৰ জৰিয়তে তিনিমাহৰ মূৰকত তিনি লাখ টকা বিল প্ৰেৰণ কৰাত ক্ষোভিত হৈ পৰে শ্ৰমিকসকল।