61
নগাঁওঃ মধ্য অসম সুৰক্ষা যুৱ মঞ্চ আৰু স্বাধীন নাৰী শক্তি নামৰ সংগঠন দুটাই বিভিন্ন স্বেচ্ছামূলক কাম কৰি আহিছে৷ সংগঠন দুটাই যুটীয়াভাৱে বান সাহায্য সংগ্ৰহ অব্যাহত ৰাখিছে৷
বানাক্ৰান্তক সহায় কৰাৰ বাবে পথচাৰী, ব্যৱসায়ী, চাকৰিয়াল আদিৰ পৰা সাহায্য সংগ্ৰহ কৰি আহিছে যোৱা কেইবাটাও দিন ধৰি ৷