69
লংকাঃ হোজাই জিলাৰ লংকা আৰক্ষীয়ে নিশা লংকাৰ লস্কৰ পথাৰ অঞ্চলত এক অভিযান চলায় হস্তনিৰ্মিত বন্দুকসহ দুজন লোকক আটক কৰিবলৈ সক্ষম হয়।
নিশা প্ৰায় ২.৩০ বজাত হোজাই জিলাৰ আৰক্ষী অধীক্ষক তথা লংকা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ দলে এই অভিযান চলায়।