Home ৰাজ্যশ্বহীদ সাংবাদিক কমলা শইকীয়াক স্মৰণ

শ্বহীদ সাংবাদিক কমলা শইকীয়াক স্মৰণ

by News Desk
82 views
A+A-
Reset

আমগুৰি/গৌৰীসাগৰঃ অসমৰ প্ৰথমগৰাকী শ্বহীদ সাংবাদিক কমলা শইকীয়াৰ আজি ২৬ সংখ্যাক মৃত্যু বাৰ্ষিকী। হত্যাৰ ২৬টাকৈ বছৰ অতিবাহিত হোৱাৰ পাছতো কোনো শাস্তি নহ’ল হত্যাকাৰীৰ। পৰিয়ালে ভাৰতীয় আইনী ব্যৱস্থাৰ ওপৰত আস্থা ৰাখি সুদীৰ্ঘ সময় অপেক্ষা কৰিলে। পিছে কমলা শইকীয়াৰ পৰিয়ালক 
আজি পৰ্যন্ত ন্যায় দিবলৈ সমৰ্থ নহ’ল ভাৰতীয় আইন ব্যৱস্থা। 

বিগত সময়ত বহু প্ৰতিবাদ হ’ল কমলা শইকীয়াৰ হত্যাকাৰীৰ শাস্তিৰ প্ৰসংগত। কিন্তু মুকলিভাৱেই ঘূৰি ফুৰিছে তেওঁৰ হত্যাকাৰী। নিৰ্ভীক সাংবাদিকগৰাকীৰ স্মৃতিত প্ৰতি বছৰে ৯ আগষ্টৰ দিনটোত তেওঁৰ ফটোত কেইপাহমান ফুল দিয়াৰ বাহিৰে আন একোৱেই নহ’ল। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0