57
লালুকঃ লখিমপুৰ জিলাৰ বঙালমৰাত যোৱা নিশা আৰক্ষীয়ে চলোৱা নিয়মীয়া তালাচীৰ সময়ত AS 07 C 5816 নম্বৰৰ এখন টাটা মেজিকত অহা দুজন মণিপুৰী যুৱকৰ পৰা আৰক্ষীয়ে প্ৰায় ডেৰ কিল’গ্ৰাম ওজনৰ এখন সোণৰ নাওঁ জব্দ কৰিবলৈ সক্ষম হয় ৷
পিছত প্ৰবঞ্চিত মণিপুৰৰ লেঞ্জালাল ল’বাম (৩২) আৰু চেইলিনলাল ল’বাম(৩০) ভাতৃদ্বয়ৰ স্বীকাৰোক্তিৰ ভিত্তিত নিশাই নকল সোণ বিক্ৰী কৰা প্ৰবঞ্চকৰ বিৰুদ্ধে অভিযান চলাই বঙালমৰা আৰক্ষীয়ে৷