57
বিহালীঃ পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে দলটোক শক্তিশালী কৰাৰ বাবে উঠি পৰি লাগিছে বিজেপিৰ নেতা-কৰ্মী৷ গাঁৱে-ভূঞে সভা সমিতি অনুষ্ঠিত কৰি দলটোৱে চলাই গৈছে প্ৰচাৰ৷
বিহালীৰ জিনজিয়া পঞ্চায়ত সভাকক্ষত আজি বিজেপিৰ বাঘমৰা মণ্ডলৰ সভাপতি দধিৰাম শৰ্মাৰ সভাপতিত্বত এখন সভা অনুষ্ঠিত হয়৷ সভাত বিজেপিৰ মহিলা মৰ্চাৰ বাঘমৰা সমিতি গঠন কৰা হয়।