Home ৰাজ্যচুলিৰ আগত প্ৰাণ লৈ ৰাইজৰ সেৱাত বিদ্যুৎ বিভাগৰ কৰ্মচাৰী

চুলিৰ আগত প্ৰাণ লৈ ৰাইজৰ সেৱাত বিদ্যুৎ বিভাগৰ কৰ্মচাৰী

by News Desk
75 views
A+A-
Reset

টিংখাংঃ ৰাইজৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা দিয়াত ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপিত হৈ আহিছে ৰাজ্য চৰকাৰৰ বিৰুদ্ধে৷ কোকৰাঝাৰ চহৰত দিন দুপৰতে আততায়ীয়ে সংখ্যালঘু নেতাক হত্যা কৰাৰ লগতে দুদিনৰ পাছে পাছে ৰাজ্যৰ বিদ্যুৎ বিভাগৰ গাফিলতিৰ বাবে নিৰীহ লোকে প্ৰাণ দিব লগা হৈছে৷ বিদ্যুৎ বিভাগৰ কৰ্মচাৰীৰ গাফিলতিৰ বাবে দুদিনৰ মুৰে মুৰে বিদ্যুৎস্পৃষ্ট হৈ মানুহৰ মৃত্যু হোৱা বুলি অভিযোগ উত্থাপন হয়৷এই অভিযোগ কৰাৰ পূৰ্বে প্ৰকৃততে কৰ্মচাৰীসকল খোদ সুৰক্ষিত হয় নে নহয় সেইটোও ফহিয়াই চাব লাগিব৷ 

প্ৰকৃততে চাবলৈ গ’লে কৰ্মচাৰীসকলো এতিয়া চৰম অসুৰক্ষিত অৱস্থাত। চুলিৰ আগত জিউ লৈ কাম কৰি আছে বিদ্যুৎ কৰ্মচাৰীসকলে৷ যিকোনো মুহূৰ্ততে সন্মুখীন হ’ব পাৰে ভয়ংকৰ দুৰ্ঘটনাৰ। দুৰ্ঘটনা ৰোধৰ বাবে তেওঁলোকৰ সৈতে নাথাকে কোনো আধুনিক সা-সৰঞ্জাম। অসুৰক্ষিত ভাবে অসম ৰাজ্যিক বিদ্যুৎ বিভাগৰ কৰ্মচাৰীসকলে নিজ দায়িত্ব পালন কৰি আহিছে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0