65
লালুকঃ পুনৰ বানৰ কবলত পৰিছে লখিমপুৰ জিলা৷ নীপকোৱে এৰি দিয়া পানীয়ে ঘৰ-দুৱাৰ উটুৱাই নি বিস্তৰ ক্ষতি সাধন কৰাৰ লগতে বহু লোক আজিও আশ্ৰয় শিবিৰত থাকিব লগীয়া হৈছে৷
সমগ্ৰ জুলাই মাহতো বানৰ কবলত পৰি হাহাকাৰ কৰি থকা লোকসকলে পুনৰ বানৰ কবলত পৰাৰ উপক্ৰম হৈছে৷ বৃহস্পতিবাৰে নিশা নীপকোৱে তিনি নং গেটেৰে পুনৰ পানী এৰি দিয়ে ৷