61
কোকিলাঃ উদীয়মান কবি, সাহিত্যিক, নাট্যকৰ্মী তথা বঙাইগাঁও জিলাৰ মাণিকপুৰৰ সন্তান মানস ৰনজনক এইবেলি অনিৰ্বাণ বঁটা প্ৰদান কৰিব গুৱাহাটীৰ অনিৰ্বাণ সাহিত্য সাংস্কৃতিক সমাজে৷
‘নিউজ নেক্সট ওৱান’ৰ বঙাইগাওঁ ব্যুৰ মানস ৰনজন আৰু মৰিগাঁৱৰ শিক্ষক তথা কবি ৰেকিবুল আজাদক যুটীয়া ভাবে প্ৰদান কৰিব অনিৰ্বাণ বঁটা। আজি এই কথা সদৰী কৰে অনিৰ্বাণ সাহিত্য সাংস্কৃতিক সমাজৰ সম্পাদক ডিম্বেশ্বৰ ৰায়ে।