67
বাহকাবাৰীঃ নগাঁও জিলাৰ এখন বিদ্যালয়ত পুৱাৰে পৰা ওলমি থাকিল তলা। জিলা খনৰ কামপুৰৰ এখন বিদ্যালয় ৰাষ্ট্ৰীয় পতাকা উত্তোলন নকৰাত ৰাইজ ক্ষোভিত হৈ পৰে।
ৰাজ্যখন বানৰ কবলত পৰাৰ পাছতো চৰকাৰী-বেচৰকাৰী বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে উলহ-মালহেৰে ৭১ সংখ্যাক স্বাধীনতা দিৱস পালন কৰাৰ সময়তে বিদ্যালয়খনত নুৰিল ৰাষ্ট্রীয় পতাকা। আনকি বিদ্যালয়ৰ দুৱাৰত ওলমি থাকিল তলা।