50
লখিমপুৰঃ লখিমপুৰতো উলহ-মালহেৰে স্বাধীনতা দিৱস পালন কৰা হয়। ৭১ বছৰ আগতে আজিৰ দিনটোতে বৃটিছৰ হাতোৰাৰ পৰা মুক্ত হৈছিল ভাৰতবৰ্ষ।
বীৰ শ্বহীদৰ ত্যাগক সুৱঁৰি সমগ্র দেশৰ লগতে আজি লখিমপুৰতো পালন কৰা হয় ৭১ সংখ্যক স্বাধীনতা দিৱস।