Home দেশএইবাৰ ১৫ আগষ্টত কথা দি কি কথা ৰাখিলে মোদীয়ে?

এইবাৰ ১৫ আগষ্টত কথা দি কি কথা ৰাখিলে মোদীয়ে?

by News Desk
55 views
A+A-
Reset

ডিজিটেল ডেস্কঃ ২০১৪ চন। ভাষণৰ সময় ৬৫ মিনিট। ২০১৫ চন। ভাষণৰ সময় ৮৬ মিনিট। ২০১৬ চন। ভাষণৰ সময় ৯৪ মিনিট। কিন্তু প্ৰধানমন্ত্ৰী হিচাপে এই বাৰ আটাইতকৈ কম সময় ভাষণ দিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। মঙলবাৰে দেশবাসীক উদ্দেশ্যি লালকিল্লাৰ পৰা মাত্ৰ ৫৭ মিনিট ভাষণ দিয়ে তেওঁ।

যোৱা মাহৰ ‘মন কী বাত’ অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে জনাইছিল, ‘বহুতে চিঠিৰে মোক অভিযোগ দিছিল যে ভাষণৰ নামত মই বহু সময় ব্যয় কৰো।’ ভাষণ চমু কৰাৰ কথাও ঘোষণা কৰিছিল যোৱা মাহৰ ‘মন কী বাত’ত। এই অনুযায়ী এইবাৰ স্বাধীনতা দিৱসৰ ভাষণত সেই প্ৰতিশ্ৰুতি ৰক্ষা কৰে প্ৰধানমন্ত্ৰীয়ে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0